Assam GK Mock Test For Competitive Exams GK,MCQ,Mock Test in Assamese and english
Q1. Of the total production of Muga, the Golden Silk, in the world,
Assam
produces বিশ্বৰ মুঠ মুগা অৰ্থাৎ সোণালী ৰেচমৰ উৎপাদনৰ ভিতৰত অসমে উৎপাদন কৰে
(A) 69%
(B) 79%
(C) 89%
(D) 99%
Q2. In which of the following National Parks/Wildlife Sanctuaries, the
density of rhino population is the highest কোনখন ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী অভয়াৰণ্যত গঁড়ৰ জনসংখ্যাৰ ঘনত্ব সর্বাধিক
a) Manas মানস
b) Kaziranga কাজিৰঙা
c) Pobitora পবিতৰা
d) Nameri নামেৰি
Q3. The highest concentration of forest in the
State of Assam occurs in অসম ৰাজ্যৰ ভিতৰতে বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব দেখা
যায়
a) Karbi Anglong district কার্বি আংলং জিলা
b) Dima Hasao district ডিমা হাছাও জিলা
c) Goalpara district গোৱালপাৰা জিলা
d) Dhubri district ধুবুৰী জিলা
Q4. Pani Dihing Bird Sanctuary is located in which one of the
following districts তলত উল্লেখ কৰা জিলাসমূহৰ ভিতৰত পানী দিহিং চৰাই
অভয়াৰণ্য অৱস্থিত
a) Jorhat যোৰহাট
b) Sivasagar c) Golaghat গোলাঘাট শিৱসাগৰ
d) Dhemaji ধেমাজি
Q 5. Who was the first martyr of 1942
Revolution in Assam ১৯৪২ চনৰ বিপ্লৱৰ অসমৰ প্ৰথম শ্বহীদ কোন
a) Kanaklata Barua কনকলতা বৰুৱা
b) Kamala Miri কমলা মিৰি
c) Kushal Konwar কুশল কোঁৱৰ
d)Maniram Dewan মণিৰাম দেৱান
Q6. The Treaty of Yandaboo signed between East
India Company and which one of the following ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল
a) Ahom King আহোম ৰজা
b) King of Burma বাৰ্মাৰ ৰজা
c)Kachari King কছাৰী ৰজা
d) Chutiya King চুতীয়া ৰজা
Q7. The first Peasant Uprising against the
British was known as ব্ৰিটিছৰ বিৰুদ্ধে প্রথম কৃষক বিদ্রোহ নামেৰে
জনাজাত আছিল
a) Phulaguri Dhawa ফুলগুৰি ধেৱা
b) Patharughat Raijmel পথৰুঘাট ৰাইজমেল
c)Battle of Itakhuli ইটাখুলিৰ যুদ্ধ
of the above d) None ওপৰৰ কোনোটোৱেই নহয়
Q8. The first phase of Moamoria Rebellion was
started in মোৱামৰিয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণি হৈছিল
(A) 1749
(B) 1759
(C) 1769
(D) 1779
(A) 1915
(B) 1918
(C) 1920
(D) 1922
Q10. When Bhupen Hazarika had been awarded
with Dadasaheb Phalke Award ভূপেন হাজৰিকাক দাদাচাহেব
ফাঙ্কে বঁটাৰে সন্মানিত কৰা হৈছিল
(A) 1990
(B) 1992
(C) 1993
(D) 1997
Q11. In addition to Assamese, which other
language from the State is included in the Eight Schedule of the Indian
Constitution অসমীয়াৰ উপৰিও ৰাজ্যৰ আন কোনটো ভাষা ভাৰতীয়
সংবিধানৰ অষ্টম অনুসূচীত অন্তর্ভুক্ত
a) Mishing
b) Rabha ৰাভা
c) Tiwa
d) Bodo বড়ো
Q12. Which one was the first Assamese film to
won President's Silver Medal for
Best Feature Film কোনখন শ্রেষ্ঠ বৈশিষ্ট্যপূর্ণ ছবিৰ ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথমখন
অসমীয়া ছবি
a) Puberun পূবেকন
b) Shakuntala শকুন্তলা
c) Maniram Devan মণিৰাম দেৱান
d) Ronga Police ৰঙা পুলিচ
Q13. The Phulaguri uprising was take place ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল।
(A) 1848
B) 18(52
(c) 1861
(d)1869
Q14. Which of the following places is the site
of rain forest in Assam and in which District তলৰ কোনটো স্থানত অসমৰ বৰ্ষাৰণ্যৰ স্থান আৰু কোনখন জিলাত
a) Sonai Rupai (Sonitpur) সোণাই ৰূপাই (শোণিতপুৰ )
b) Joypur (Dibrugarh) জয়পুৰ (ডিব্ৰুগড়)
c) Sessa (Dibrugarh) চেছা (ডিব্ৰুগড়)
d) Manas (Kokrajhar) মানস (কোকৰাঝাৰ)
Q15. Who among the following from Assam joined
the famous Dandi March অসমৰ পৰা তলৰ কোনে বিখ্যাত দাণ্ডী মাৰ্চত যোগদান
কৰিছিল
a) Nabin Chandra Bordoloi নবীন চন্দ্ৰ বৰদলৈ
b) Tarunram Phukan তৰুণৰাম ফুকন
c) Kuladhar Saikia কুলধৰ শইকীয়া
d) Liladhar Baruah লীলাধৰ বৰুৱা
Q16. The historic Assam Accord was signed on ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হয়
a) 15th August, 1985 ১৯৮৫ চনৰ ১৫ আগষ্ট
b) 26th Janury, 1986 ১৯৮৬ চনৰ ২৬জানুৱাৰী
c) 15th August, 1986 ১৯৮৬ চনৰ ১৫ আগষ্ট
d) 15th August, 1990 ১৫ আগষ্ট, ১৯৯০ চন
Q17. Ali-Aai-Ligang is an agri-based
festival celebrated by the আলি-আই-লিগাং হৈছে কৃষিভিত্তিক উৎসৱ উদযাপন কৰে....
a) Bodo বড়ো
b) Khasis খাচী
c) Mising মিছিং
d) Naga নগা
Q18. In which year was the Bodo Sahitya
Shabha founded বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল
(A) 1952
(B) 1956
(C) 1959
(D) 1978
Q19. "Me-Dum-Me-Phi" festival
is celebrated annually on মে-ডাম-মে-ফি"
উৎসৱ পালন কৰা হয়
a) 31st January ৩১ জানুৱাৰী
b) 31st July ৩১ জুলাই
c) 31st August ৩১ আগষ্ট
d) 31st December ৩১ ডিচেম্বৰ
Q20. Assam Police Day observed on
অসম আৰক্ষী দিৱস উদযাপন
a) 13th January ১৩ জানুৱাৰী
b) 4th April 8 এপ্রিল
c) 8th September ৮ ছেপ্টেম্বৰ
d) 1st October ১ অক্টোবৰ
Q21. Which of the following districts of
Assam has been declared as first tobacco free district অসমৰ তলৰ কোনখন জিলাক প্রথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে
a) Karimganj কৰিমগঞ্জ b) Kamrup Metro কামৰূপ মেট্ৰ' c) Jorhat যোৰহাট
d) Golaghat গোলাঘা
(A) 1987
(B) 1988
(C) 1989
(D) 1990
Q23. The first film directed by Jahnu
Barua জাহ্নু বৰুৱাৰ পৰিচালনাত প্ৰথমখন ছবি
a) Firingoti ফিৰিঙতি
b) Papori পাপৰি
c) Aparoopa অপৰূপা
d) Bonani বননি
Q24. The book "Mariam Astin Athaba
Hira Barua" is written by "মৰিয়াম আষ্টিন অথবা হীৰা
বৰুৱা" নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল
a) Hiren Gohain হীৰেণ গোঁহাই
b)
Rita Chowdhury ৰীতা চৌধুৰী
c)
Arupa Kalita Patinga অৰূপা কলিতা পাটিংগা
d) Rabindra Sarkar ৰবীন্দ্ৰ সৰকাৰ
Q25. Which Assamese film bagged the
National Film Award for 2014 কোনখন অসমীয়া ছবিয়ে ২০১৪ চনৰ ৰাষ্ট্ৰীয়
চলচ্চিত্ৰ বঁটা লাভ কৰিছিল
a) Basundhara বসুন্ধৰা
b) Othello অথেলো
c)Bandhon বন্ধন
d) Ajeyo অজেয়
0 Comments